Install the Dergaon Mart app from Play Store:
https://play.google.com/store/apps/details?id=com.dergaonmart.mobileapp
দেৰগাঁওত প্ৰথম অনলাইন চুপাৰ মাৰ্ট আৰু শ শ দেৰগাঁওবাসীৰ বিশ্বাসী একমাত্ৰ এপ "দেৰগাঁও মাৰ্ট"।
এতিয়াৰে পৰা আপুনি ঘৰতে থাকি লাভ কৰিব আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী।
এপটোৰ জড়িয়তে আপুনি লাভ কৰিব:
1. গ্ৰোচাৰী
2. ফল মূল
3. কোস্মেটিচ্ছ
4. হোম কেয়াৰ
5. পাকঘৰৰ সামগ্ৰী
6. ঘৰুৱা সামগ্ৰী, প্লাষ্টিকৰ সামগ্ৰী
7. ষ্টেচনেৰী আৰু স্কুলৰ সামগ্ৰী
8. পাৰ্টি উপহাৰ
9. পুতলা আৰু খেলনা
10. ফেন, মিক্সাৰ গ্ৰাইণ্ডাৰ
11. ইলেক্ট্ৰনিকছ আৰু ম'বাইল ফোন ইত্যাদি।
সৰ্বশ্ৰেষ্ঠ মানদণ্ডৰ | সৰ্বশ্ৰেষ্ঠ মূল্যৰ | একেদিনাই ডেলিভাৰী
অধিক তথ্যৰ বাবে যোগাযোগ কৰক +918638072616
We currently service areas within 5 KMs. Delivery is free for orders above ₹799. For orders below ₹799, we charge a meagre ₹19 as delivery fee.
◽ ৭৯৯ টকাতকৈ অধিক বজাৰ কৰা গ্ৰাহকৰ বাবে ডেলিভাৰি সম্পূৰ্ণ বিনামূলীয়া
If you want us to deliver orders beyond 5 KMs or to areas which are not serviceable, separate delivery charges are applicable irrespective of the order value.
Timings
7 AM - 7 PM
Delivering In
5 kms
Free Shipping
₹ 499 & Above
P.H.C.G Path, Infront of Saikia Hardware, Contact: 8638072616 / 8486231249
Dergaon, Assam - 785614
Check Location on Google Map
dergaonmart@gmail.com
8638072616